mediawiki-extensions-Discus.../i18n/as.json
Translation updater bot db5ced1db0 Localisation updates from https://translatewiki.net.
Change-Id: I602cd51c8f07b4dc1287788635d98e7574e873c2
2024-02-19 08:40:06 +01:00

110 lines
18 KiB
JSON

{
"@metadata": {
"authors": [
"Simbu123"
]
},
"discussiontools": "আলোচনা সঁজুলি",
"discussiontools-autotopicsubpopup-body": "এই আলোচনাত কোনোবাই নতুন মন্তব্য দিলে আপুনি এটা জাননী লাভ কৰিব। আপোনাৰ পছন্দসমূহত আপুনি জাননীৰ ছেটিং সলনি কৰিব পাৰে।",
"discussiontools-autotopicsubpopup-dismiss": "বুজি পালোঁ",
"discussiontools-autotopicsubpopup-preferences": "পছন্দসমূহ সম্পাদনা কৰক",
"discussiontools-defaultsummary-reply": "উত্তৰ",
"discussiontools-desc": "আলোচনা পৃষ্ঠা উন্নত কৰাৰ সঁজুলি।",
"discussiontools-emptystate-button": "আলোচনা আৰম্ভ কৰক",
"discussiontools-emptystate-desc": "[[{{MediaWiki:discussiontools-emptystate-link-talkpages}}|আলোচনা পৃষ্ঠাখন]] হৈছে য'ত সদস্যসকলে {{SITENAME}}ৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন [[:{{SUBJECTPAGENAME}}]]ক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।",
"discussiontools-emptystate-desc-user": "[[{{MediaWiki:discussiontools-emptystate-link-userpage}}|আলোচনা পৃষ্ঠাখন]] হৈছে য'ত সদস্যসকলে {{SITENAME}}ৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। [[:{{SUBJECTPAGENAME}}|{{PAGENAME}}]]ৰ {{GENDER:{{PAGENAME}}|সৈতে}} সংযোগ আৰু সহযোগিতা কৰিবলৈ এটা নতুন আলোচনা আৰম্ভ কৰক। ইয়াত আপুনি যি লিখিব সেয়া আনৰ বাবে ৰাজহুৱা হ’ব।",
"discussiontools-emptystate-title": "{{SUBJECTPAGENAME}}ৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক",
"discussiontools-emptystate-title-self": "আপোনাৰ আলোচনা পৃষ্ঠালৈ স্বাগতম",
"discussiontools-emptystate-title-self-anon": "এই আলোচনা পৃষ্ঠালৈ স্বাগতম",
"discussiontools-emptystate-title-user": "{{PAGENAME}}ৰ {{GENDER:{{PAGENAME}}|সৈতে}} এক আলোচনা আৰম্ভ কৰক",
"discussiontools-emptystate-title-user-anon": "এই আলোচনা পৃষ্ঠালৈ স্বাগতম",
"discussiontools-error-comment-conflict": "আপোনাৰ মন্তব্য সংৰক্ষণ কৰিব পৰা নগ'ল, কিয়নো আন কোনোবাই আপোনাৰ সৈতে একে সময়তে মন্তব্য কৰিছে। অনুগ্ৰহ কৰি পুনৰ চেষ্টা কৰক বা শেহতীয়া মন্তব্যবোৰ চাবলৈ পৃষ্ঠাটো পুনৰ ল'ড কৰক।",
"discussiontools-error-comment-disappeared": "আপুনি পৃষ্ঠাটোত উত্তৰ দি থকা মন্তব্যটো বিচাৰি পোৱা নাই। ইয়াক বিলোপ কৰা হ'ব পাৰে বা আন এটা পৃষ্ঠালৈ স্থানান্তৰ কৰা হ'ব পাৰে।",
"discussiontools-error-comment-disappeared-reload": "অনুগ্ৰহ কৰি পৃষ্ঠাটো পুনৰ ল'ড কৰি পুনৰ চেষ্টা কৰক।",
"discussiontools-error-comment-is-transcluded": "এই মন্তব্যৰ উত্তৰ দিবলৈ \"{{int:discussiontools-replylink}}\" লিংকটো ব্যৱহাৰ কৰিব নোৱাৰি। উত্তৰ দিবলৈ, অনুগ্ৰহ কৰি \"$1\" ক্লিক কৰি সম্পূৰ্ণ পৃষ্ঠা সম্পাদকটো ব্যৱহাৰ কৰক।",
"discussiontools-error-comment-is-transcluded-title": "এই মন্তব্যৰ উত্তৰ দিবলৈ \"{{int:discussiontools-replylink}}\" লিংকটো ব্যৱহাৰ কৰিব নোৱাৰি কিয়নো ইয়াক আন এটা পৃষ্ঠাৰ পৰা ল'ড কৰা হৈছে। উত্তৰ দিবলৈ, অনুগ্ৰহ কৰি ইয়ালৈ যাওক: [[$1]]।",
"discussiontools-error-comment-not-saved": "আপোনাৰ মন্তব্য পৃষ্ঠাৰ আটাইতকৈ শেহতীয়া সংস্কৰণত প্ৰকাশ কৰিব পৰা নগ'ল। শেহতীয়া সাল-সলনিবোৰ চাবলৈ, আপুনি লিখা মন্তব্য প্ৰতিলিপি কৰক আৰু তাৰ পাছত আপোনাৰ ব্ৰাউজাৰত পৃষ্ঠাটো পুনৰ ল'ড কৰক।",
"discussiontools-error-lint": "ৱিকিপাঠ্যত ত্ৰুটিৰ বাবে এই পৃষ্ঠাৰ মন্তব্যৰ উত্তৰ দিব নোৱাৰি। আপুনি এই ত্ৰুটিৰ বিষয়ে [$1 নথিপত্ৰ পঢ়ি] শিকিব পাৰে, [$2 ইয়াত প'ষ্ট কৰি] সহায় বিচাৰিব পাৰে বা [$3 সম্পূৰ্ণ পৃষ্ঠাৰ সম্পাদক খুলি] ত্ৰুটিটো ঠিক কৰিব পাৰে।",
"discussiontools-error-noswitchtove": "দুঃখিত, দৃশ্যমান ম'ডলৈ সলনি কৰাটো অক্ষম কৰা হৈছে কিয়নো আপুনি লিখা মন্তব্যত <b>$1</b> চিনাক্ত কৰা হৈছে। [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:DiscussionTools/Reply_tool_visual_mode_limitations অধিক শিকক]।",
"discussiontools-error-noswitchtove-table": "তালিকাৰ বাক্যবিন্যাস",
"discussiontools-error-noswitchtove-template": "সাঁচৰ বাক্যবিন্যাস",
"discussiontools-error-noswitchtove-title": "দৃশ্যমান ম'ড নিষ্ক্ৰিয়",
"discussiontools-findcomment-label-idorname": "মন্তব্য আইডি বা নাম",
"discussiontools-findcomment-label-search": "সন্ধান কৰক",
"discussiontools-findcomment-noresults": "কোনো ফলাফল নাই",
"discussiontools-findcomment-results-notcurrent": "(বৰ্তমানৰ সংশোধনত নহয়)",
"discussiontools-findcomment-results-transcluded": "(অন্য পৃষ্ঠাৰ পৰা অন্তৰ্ভুক্ত)",
"discussiontools-findcomment-title": "মন্তব্য সন্ধান কৰক",
"discussiontools-limitreport-timeusage-value": "$1 {{PLURAL:$1|ছেকেণ্ড}}",
"discussiontools-newtopic-missing-title": "অনুগ্ৰহ কৰি আপোনাৰ আলোচনা বিষয়ৰ বাবে এটা শিৰোনাম প্ৰদান কৰক। যদি আপুনি \"{{int:discussiontools-replywidget-newtopic}}\"ত ক্লিক কৰে, আপোনাৰ বিষয়টো শিৰোনাম অবিহনেই যোগ কৰা হ'ব।",
"discussiontools-newtopic-placeholder-title": "বিষয়",
"discussiontools-notification-removed-topic-view": "পৃষ্ঠা চাওক",
"discussiontools-notification-removed-topic-disable": "এনেধৰণৰ জাননী পোৱা বন্ধ কৰক",
"discussiontools-notification-removed-topic-disabled-title": "কোনো বিষয় আৰ্কাইভ বা আঁতৰোৱাৰ সময়ত আপুনি আৰু জাননী লাভ নকৰিব।",
"discussiontools-notification-subscribed-new-comment-header": "$1-এ \"<strong>$4</strong>\"ত {{GENDER:$2|উত্তৰ দিছে}}।",
"discussiontools-notification-subscribed-new-comment-header-bundled": "\"<strong>$3</strong>\"ত {{PLURAL:$1|এটা|$1টা|100=৯৯টা+}} নতুন উত্তৰ আহিছে।",
"discussiontools-notification-subscribed-new-comment-view": "মন্তব্য দেখুৱাওক",
"discussiontools-postedit-confirmation-published": "আপোনাৰ মন্তব্য প্ৰকাশিত হ'ল।",
"discussiontools-postedit-confirmation-topicadded": "আপোনাৰ বিষয় যোগ কৰা হ'ল।",
"discussiontools-preference-description": "পৰীক্ষামূলক আলোচনা পৃষ্ঠাৰ বৈশিষ্ট্যসমূহ সক্ষম কৰে:\n* এটা ক্লিকত আলোচনা পৃষ্ঠাৰ মন্তব্যৰ [https://www.mediawiki.org/wiki/Talk_pages_project/Replying উত্তৰ দিয়ক]।\n* ইনলাইন প্ৰ-পত্ৰ ব্যৱহাৰ কৰি [https://www.mediawiki.org/wiki/Talk_pages_project/New_discussion নতুন বিষয় যোগ কৰক]।\n* আপুনি গ্ৰাহকভুক্ত হোৱা অনুচ্ছেদবোৰত নতুন মন্তব্য যোগ কৰিলে [https://www.mediawiki.org/wiki/Talk_pages_project/Notifications জাননী লাভ কৰক]।\n\nআপুনি আপোনাৰ [[Special:Preferences#mw-prefsection-editing-discussion|পছন্দসমূহত]] এই সুবিধাবোৰ সলনি কৰিব পাৰে।\n\nনতুন আপডেটবোৰ [https://www.mediawiki.org/wiki/Talk_pages_project/Updates প্ৰকল্পৰ আপডেট পৃষ্ঠাৰ আলোচনা পৃষ্ঠাত] পোষ্ট কৰা হ'ব।\n\nবি.দ্ৰ.:\n* সময়ৰ সৈতে নতুন পৰীক্ষামূলক বৈশিষ্ট্য যোগ কৰা হ'ব।\n* ওপৰত উল্লিখিত কিছুমান বৈশিষ্ট্য এতিয়াও আপোনাৰ ৱিকিত উপলব্ধ নহ'ব পাৰে।",
"discussiontools-preference-label": "আলোচনা সঁজুলি",
"discussiontools-preference-newtopictool": "দ্ৰুত বিষয় যোগ সক্ৰিয় কৰক",
"discussiontools-preference-newtopictool-help": "ই আপোনাক নতুন বিষয় যোগ কৰাৰ বাবে এক ইনলাইন প্ৰ-পত্ৰ দেখুৱাব।",
"discussiontools-preference-replytool": "দ্ৰুত উত্তৰ দিয়া সক্ৰিয় কৰক",
"discussiontools-preference-replytool-help": "ই আপোনাক এটা ক্লিকত আলোচনা পৃষ্ঠাৰ মন্তব্যৰ উত্তৰ দিবলৈ এটা লিংক দেখুৱাব।",
"discussiontools-preference-sourcemodetoolbar": "উৎস ম'ডত সম্পাদনা সঁজুলিবোৰ সক্ৰিয় কৰক",
"discussiontools-replybutton": "উত্তৰ দিয়ক",
"discussiontools-replylink": "উত্তৰ দিয়ক",
"discussiontools-replywidget-abandon": "আপুনি লিখি থকা মন্তব্যটো আপুনি সঁচাই বৰ্জন কৰিব বিচাৰেনে?",
"discussiontools-replywidget-abandon-discard": "মন্তব্য বৰ্জন কৰক",
"discussiontools-replywidget-abandon-keep": "লিখা অব্যাহত ৰাখক",
"discussiontools-replywidget-abandontopic": "আপুনি লিখি থকা বিষয়টো সঁচাই বৰ্জন কৰিব বিচাৰেনে?",
"discussiontools-replywidget-abandontopic-discard": "বিষয় বৰ্জন কৰক",
"discussiontools-replywidget-abandontopic-keep": "লিখা অব্যাহত ৰাখক",
"discussiontools-replywidget-advanced": "উচ্চতৰ",
"discussiontools-replywidget-anon-warning": "<strong>আপুনি প্ৰৱেশ কৰা নাই।</strong> আপোনাৰ আইপি ঠিকনাৰ পৰিবৰ্তে আপোনাৰ নাম ব্যৱহাৰ কৰিবলে, আপুনি [$1 প্ৰৱেশ] নাইবা [$2 এটা একাউণ্ট সৃষ্টি কৰিব] পাৰে।",
"discussiontools-replywidget-cancel": "বাতিল কৰক",
"discussiontools-replywidget-feedback": "এই বৈশিষ্ট্য সম্পৰ্কত আপোনাৰ মন্তব্য দিয়ক",
"discussiontools-replywidget-loading": "ল'ড হৈ আছে…",
"discussiontools-replywidget-mention-tool-header": "সদস্য সন্ধান কৰক: $1",
"discussiontools-replywidget-mention-tool-title": "এজন সদস্যক উল্লেখ কৰক",
"discussiontools-replywidget-mode-source": "উৎস",
"discussiontools-replywidget-mode-visual": "দৃশ্যমান",
"discussiontools-replywidget-newtopic": "বিষয় যোগ কৰক",
"discussiontools-replywidget-placeholder-newtopic": "বিৱৰণ",
"discussiontools-replywidget-placeholder-reply": "{{BIDI:$1}}ক উত্তৰ দিয়ক",
"discussiontools-replywidget-preferences": "পছন্দসমূহ",
"discussiontools-replywidget-preview": "খচৰা চাওক",
"discussiontools-replywidget-reply": "উত্তৰ দিয়ক",
"discussiontools-replywidget-return-to-newtopic": "নতুন বিষয়লৈ উভতি যাওক",
"discussiontools-replywidget-return-to-reply": "উত্তৰলৈ উভতি যাওক",
"discussiontools-replywidget-summary": "সাৰাংশ",
"discussiontools-topicheader-latestcomment": "শেহতীয়া মন্তব্য: $1",
"discussiontools-topicsubscription-action-unsubscribe-button": "আনচাবস্ক্ৰাইব কৰক",
"discussiontools-topicsubscription-button-subscribe": "চাবস্ক্ৰাইব কৰক",
"discussiontools-topicsubscription-button-subscribe-label": "চাবস্ক্ৰাইব কৰক",
"discussiontools-topicsubscription-button-unsubscribe": "আনচাবস্ক্ৰাইব কৰক",
"discussiontools-topicsubscription-button-unsubscribe-label": "আনচাবস্ক্ৰাইব কৰক",
"discussiontools-topicsubscription-error-not-found-title": "চাবস্ক্ৰিপচন পোৱা নগ'ল",
"discussiontools-topicsubscription-notify-subscribed-title": "আপুনি চাবস্ক্ৰাইব কৰিলে!",
"discussiontools-topicsubscription-notify-unsubscribed-title": "আপুনি আনচাবস্ক্ৰাইব কৰিলে।",
"discussiontools-topicsubscription-pager-created": "চাবস্ক্ৰাইব কৰাৰ তাৰিখ",
"discussiontools-topicsubscription-pager-notified": "শেহতীয়া জাননী",
"discussiontools-topicsubscription-pager-notified-never": "কদাপি নহয়",
"discussiontools-topicsubscription-pager-page": "পৃষ্ঠা",
"discussiontools-topicsubscription-pager-topic": "বিষয়",
"discussiontools-topicsubscription-pager-unsubscribe-button": "আনচাবস্ক্ৰাইব কৰক",
"discussiontools-topicsubscription-preferences-editsubscriptions": "চাবস্ক্ৰিপচনসমূহ সম্পাদনা কৰক",
"discussiontools-topicsubscription-special-title": "বিষয়ৰ চাবস্ক্ৰিপচনসমূহ",
"tag-discussiontools-description": "আলোচনা সঁজুলি ব্যৱহাৰ কৰি কৰা সম্পাদনা",
"tag-discussiontools-edit": "সম্পাদিত মন্তব্য",
"tag-discussiontools-edit-description": "আলোচনা সঁজুলি ব্যৱহাৰ কৰি সদস্যই এটা বিদ্যমান মন্তব্য সম্পাদনা কৰিছে",
"tag-discussiontools-newtopic": "[{{int:discussiontools-replywidget-newtopic-link}} নতুন বিষয়]",
"tag-discussiontools-newtopic-description": "আলোচনা সঁজুলি ব্যৱহাৰ কৰি সদস্যই পৃষ্ঠাত এটা নতুন বিষয় যোগ কৰিছে",
"tag-discussiontools-reply": "[{{int:discussiontools-replywidget-reply-link}} উত্তৰ]",
"tag-discussiontools-reply-description": "আলোচনা সঁজুলি ব্যৱহাৰ কৰি সদস্যই এটা মন্তব্যৰ উত্তৰ দিছিল",
"tag-discussiontools-source-description": "আলোচনা সঁজুলি উৎস ম'ডত আছিল",
"tag-discussiontools-source-enhanced-description": "টুলবাৰৰ সৈতে আলোচনা সঁজুলি উচ্চতৰ উৎস ম'ডত আছিল",
"tag-discussiontools-visual-description": "আলোচনা সঁজুলি দৃশ্যমান ম'ডত আছিল"
}