mediawiki-extensions-Visual.../modules/ve-mw/i18n/as.json

146 lines
21 KiB
JSON
Raw Normal View History

{
"@metadata": {
"authors": [
"Gitartha.bordoloi"
]
},
"tooltip-ca-createsource": "এই পৃষ্ঠাৰ উৎস ক'ড সৃষ্টি কৰক",
"tooltip-ca-editsource": "এই পৃষ্ঠাৰ উৎস ক'ড সম্পাদনা কৰক",
"tooltip-ca-ve-edit": "ভিজুৱেলএডিটৰ ব্যৱহাৰ কৰি এই পৃষ্ঠা সম্পাদনা কৰক",
"visualeditor-beta-appendix": "বিটা",
"visualeditor-beta-label": "বিটা",
"visualeditor-beta-warning": "ভিজুৱেলএডিটৰ 'বিটা' অৱস্থাত আছে। আপুনি ছফ্টৱেৰৰ সমস্যা পাব পাৰে আৰু পৃষ্ঠাটোৰ কোনো অংশ সম্পাদনা কৰিব নোৱাৰিব পাৰে। ৱিকিপাঠ্য ৰূপলৈ যাবলৈ \"{{int:visualeditor-ca-editsource}}\" ক্লিক কৰক সাঁচি নৰখা সালসলনি হেৰাই যাব।",
"visualeditor-browserwarning": "আপুনি ব্যৱহাৰ কৰা ব্ৰাউজাৰটো ভিজুৱেলেডিটৰে আনুষ্ঠানিকভাৱে সমৰ্থন নকৰে।",
"visualeditor-ca-createsource": "উৎস সৃষ্টি কৰক",
"visualeditor-ca-editsource": "উৎস সম্পাদনা",
"visualeditor-ca-editsource-section": "উৎস সম্পাদনা",
"visualeditor-ca-ve-create": "ভিজুৱেলএডিটৰ",
"visualeditor-ca-ve-edit": "ভিজুৱেলএডিটৰ",
"visualeditor-ca-ve-edit-section": "ভিজুৱেলএডিটৰ",
"visualeditor-categories-tool": "শ্ৰেণীসমূহ",
"visualeditor-desc": "মিডিয়াৱিকিৰ বাবে ভিজুৱেলএডিটৰ",
"visualeditor-descriptionpagelink": "Project:ভিজুৱেলএডিটৰ",
"visualeditor-dialog-beta-welcome-action-continue": "অব্যাহত ৰাখক",
"visualeditor-dialog-beta-welcome-content": "সম্পাদনা কৰিবলৈ এইটো আমাৰ নতুন, সহজ পথ। এয়া এতিয়াও বিটা অৱস্থাত আছে, অৰ্থাৎ আপুনি পৃষ্ঠাৰ কোনো অংশ সম্পাদনা কৰাত অসমৰ্থ হ'ব পাৰে বা সমাধান কৰিবলগীয়া কোনো সমস্যা পাব পাৰে। আপোনাৰ সালসলনিসমূহ পৰ্যালোচনা কৰিবলৈ আমি আপোনাক উৎসাহ জনাওঁ। ভিজুৱেলএডিটৰ ব্যৱহাৰ কৰোঁতে পোৱা যিকোনো সমস্যা আমাক জনাওক (\"{{int:visualeditor-help-tool}}\" বুটামটো টিপি আপোনাৰ প্ৰতিক্ৰিয়া জমা কৰিব পাৰে)। \"$1\" টেব্‌ ক্লিক কৰি আপুনি ৱিকিটেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে সাঁচি নৰখা সালসলনি হেৰাই যাব।",
"visualeditor-dialog-beta-welcome-title": "ভিজুৱেলএডিটৰলৈ {{GENDER:$1|আদৰণি}} জনাইছোঁ",
"visualeditor-dialog-media-content-section": "কেপ্‌চন",
"visualeditor-dialog-media-insert-button": "মিডিয়া যোগ কৰক",
"visualeditor-dialog-media-insert-title": "মিডিয়া যোগ কৰক",
"visualeditor-dialog-media-title": "মিডিয়া ছেটিং",
"visualeditor-dialog-meta-categories-category": "শ্ৰেণী",
"visualeditor-dialog-meta-categories-data-label": "শ্ৰেণীসমূহ",
"visualeditor-dialog-meta-categories-defaultsort-label": "এই পৃষ্ঠাটো পূৰ্বনিৰ্ধাৰিতভাৱে সজাব",
"visualeditor-dialog-meta-categories-input-matchingcategorieslabel": "মিল পোৱা শ্ৰেণীসমূহ",
"visualeditor-dialog-meta-categories-input-movecategorylabel": "এই শ্ৰেণীটো ইয়ালৈ স্থানান্তৰ কৰক",
"visualeditor-dialog-meta-categories-input-newcategorylabel": "নতুন শ্ৰেণী",
"visualeditor-dialog-meta-categories-input-placeholder": "এটা শ্ৰেণী যোগ কৰক",
"visualeditor-dialog-meta-categories-options": "বিকল্পসমূহ",
"visualeditor-dialog-meta-categories-section": "শ্ৰেণীসমূহ",
"visualeditor-dialog-meta-categories-sortkey-label": "এই পৃষ্ঠাটো এনেকৈ সজাব",
"visualeditor-dialog-meta-languages-code-label": "ভাষা সংকেত",
"visualeditor-dialog-meta-languages-label": "ভাষাসমূহ",
"visualeditor-dialog-meta-languages-link-label": "সংযুক্ত পৃষ্ঠা",
"visualeditor-dialog-meta-languages-name-label": "ভাষা",
"visualeditor-dialog-meta-languages-readonlynote": "তালিকাখনত এই পৃষ্ঠাটোত লগত সংযুক্ত আন ভাষাৰ পৃষ্ঠাবোৰ দিয়া আছে। সদ্যহতে এইখন উৎস ৰূপ নাইবা ৱিকিডে'টালৈ গৈহে সম্পাদনা কৰিব পাৰি।",
"visualeditor-dialog-meta-languages-section": "ভাষাসমূহ",
"visualeditor-dialog-meta-title": "পৃষ্ঠা ছেটিং",
"visualeditor-dialog-reference-insert-button": "তথ্যসূত্ৰ যোগ কৰক",
"visualeditor-dialog-reference-insert-title": "তথ্যসূত্ৰ যোগ কৰক",
"visualeditor-dialog-reference-options-group-label": "এই গোট ব্যৱহাৰ কৰক",
"visualeditor-dialog-reference-options-name-label": "এই নামৰে পুনঃব্যৱহাৰ কৰক",
"visualeditor-dialog-reference-options-section": "বিকল্পসমূহ",
"visualeditor-dialog-reference-title": "তথ্যসূত্ৰ",
"visualeditor-dialog-reference-useexisting-label": "এটা ইতিমধ্যে থকা তথ্যসূত্ৰ ব্যৱহাৰ কৰক",
"visualeditor-dialog-referencelist-title": "তথ্যসূত্ৰৰ তালিকা",
"visualeditor-dialog-syntaxhighlight-title": "উৎস ক'ড (SyntaxHighlight)",
"visualeditor-dialog-transclusion-add-content": "সমল যোগ কৰক",
"visualeditor-dialog-transclusion-add-param": "পাৰামিটাৰ যোগ কৰক",
"visualeditor-dialog-transclusion-add-template": "সাঁচ যোগ কৰক",
"visualeditor-dialog-transclusion-content": "সমল",
"visualeditor-dialog-transclusion-options": "বিকল্পসমূহ",
"visualeditor-dialog-transclusion-placeholder": "নতুন সাঁচ",
"visualeditor-dialog-transclusion-remove-content": "সমল আঁতৰাওক",
"visualeditor-dialog-transclusion-remove-param": "পাৰামিটাৰ আঁতৰাওক",
"visualeditor-dialog-transclusion-remove-template": "সাঁচ আঁতৰাওক",
"visualeditor-dialog-transclusion-title": "অন্তৰ্ভুক্ত কৰক",
"visualeditor-dialogbutton-media-tooltip": "মিডিয়া",
"visualeditor-dialogbutton-meta-tooltip": "পৃষ্ঠা ছেটিং",
"visualeditor-dialogbutton-reference-tooltip": "তথ্যসূত্ৰ",
"visualeditor-dialogbutton-referencelist-tooltip": "তথ্যসূত্ৰৰ তালিকা",
"visualeditor-dialogbutton-syntaxhighlight-tooltip": "SyntaxHighlight ক'ড",
"visualeditor-dialogbutton-transclusion-tooltip": "অন্তৰ্ভুক্ত কৰক",
"visualeditor-diff-nochanges": "পুনৰীক্ষণ কৰিব পৰা নগ'ল কাৰণ আপোনাৰ সংস্কৰণ আৰু পৃষ্ঠাটোৰ সাম্প্ৰতিক সংস্কৰণ একেই।",
"visualeditor-differror": "ছাৰ্ভাৰৰ পৰা তথ্য ল'ড হওঁতে ত্ৰুটি হৈছে: $1।",
"visualeditor-editconflict": "এটা সম্পাদনা দ্বন্দ্বৰ বাবে আপোনাৰ সালসলনি সাঁচিব পৰা নগ'ল। আপুনি মেনুৱেলী এই দ্বন্দ্ব সমাধান কৰিবলৈ বিচাৰেনে?",
"visualeditor-editnotices-tool": "$1 {{PLURAL:$1|জাননী}}",
"visualeditor-editsummary": "আপুনি কৰা সালসলনিৰ বিৱৰণ দিয়ক",
"visualeditor-formatdropdown-format-mw-heading1": "পৃষ্ঠাৰ শিৰোনামা",
"visualeditor-formatdropdown-format-mw-heading2": "শিৰোনাম",
"visualeditor-formatdropdown-format-mw-heading3": "উপ-শিৰোনামা ১",
"visualeditor-formatdropdown-format-mw-heading4": "উপ-শিৰোনামা ২",
"visualeditor-formatdropdown-format-mw-heading5": "উপ-শিৰোনামা ৩",
"visualeditor-formatdropdown-format-mw-heading6": "উপ-শিৰোনামা ",
"visualeditor-languages-tool": "ভাষাসমূহ",
"visualeditor-linkinspector-illegal-title": "অবৈধ পৃষ্ঠা শিৰোনামা",
"visualeditor-linkinspector-suggest-external-link": "বাহ্যিক সংযোগ",
"visualeditor-linkinspector-suggest-matching-page": "মিল পোৱা পৃষ্ঠা",
"visualeditor-linkinspector-suggest-new-page": "নতুন পৃষ্ঠা",
"visualeditor-loadwarning": "ছাৰ্ভাৰৰ পৰা তথ্য ল'ড হওঁতে ত্ৰুটি হৈছে: $1। আপুনি আকৌ চেষ্টা কৰিবলৈ বিচাৰেনে?",
"visualeditor-loadwarning-token": "ছাৰ্ভাৰৰ পৰা সম্পাদনা ট'কেন ল'ড হওঁতে ত্ৰুটি হৈছে: $1। আপুনি আকৌ চেষ্টা কৰিবলৈ বিচাৰেনে?",
"visualeditor-mainnamespacepagelink": "Project:মুখ্য নামস্থান",
"visualeditor-media-input-placeholder": "মিডিয়া সন্ধান কৰক",
"visualeditor-meta-tool": "পৃষ্ঠা ছেটিং",
"visualeditor-mwalienextensioninspector-title": "মিডিয়াৱিকি এক্সটেন্‌চন",
"visualeditor-mweditmodesource-title": "উৎস সম্পাদনালৈ যাওক",
"visualeditor-mweditmodesource-warning": "আপুনি উৎস সম্পাদনালৈ যাবলৈ ওলাইছে।\nআপুনি এই পৃষ্ঠাত কৰা সালসলনিবোৰ অক্ষত থাকিব, কিন্তু পৃষ্ঠাটো সাঁচি নৰখাকৈ বা ৰিল'ড নকৰাকৈ আপুনি ভিজুৱেলএডিটৰলৈ ঘূৰি যাব নোৱৰিব।\nআপুনি আগবাঢ়িবলৈ বিচাৰেনে?",
"visualeditor-mwhieroinspector-title": "চিত্ৰলিপিসমূহ",
"visualeditor-mwmathinspector-title": "সূত্ৰ",
"visualeditor-notification-created": "\"$1\" সৃষ্টি কৰা হ'ল।",
"visualeditor-notification-restored": "\"$1\" পুনৰ্স্থাপন কৰা হ'ল।",
"visualeditor-notification-saved": "\"$1\" পৃষ্ঠাত আপোনাৰ সালসলনি সাঁচি ৰখা হৈছে।",
"visualeditor-parameter-input-placeholder": "পাৰামিটাৰৰ নাম",
"visualeditor-parameter-search-no-unused": "অব্যৱহৃত পাৰামিটাৰ নাই",
"visualeditor-parameter-search-unknown": "অজ্ঞাত পাৰামিটাৰ",
"visualeditor-preference-betatempdisable": "বিটা অৱস্থাত থাকোঁতে ভিজুৱেলএডিটৰক সাময়িকভাৱে নিষ্ক্ৰিয় কৰি ৰাখক",
"visualeditor-preference-core-description": "ভিজুৱেলএডিটৰ সক্ৰিয় কৰক। আলোচনা পৃষ্ঠা আৰু আন কিছুমান নামস্থানত ই উপলব্ধ নহ'ব।",
"visualeditor-preference-core-label": "ভিজুৱেলএডিটৰ",
"visualeditor-preference-enable": "ভিজুৱেলএডিটৰ সক্ৰিয় কৰক। আলোচনা পৃষ্ঠা আৰু আন কিছুমান নামস্থানত ই উপলব্ধ নহ'ব।",
"visualeditor-preference-language-description": "সাধাৰণ মুক্তিৰ আগতে পৰীক্ষাৰ বাবে বেলেগ ভাষা আৰু এটা বেলেগ দিশত লিখা পাঠ্য চিহ্নিত কৰিবলৈ ভিজুৱেল‌এডিটৰত পৰীক্ষামূলক সঁজুলি যোগ কৰক। পৰীক্ষামূলক বৈশিষ্টসমূহ ব্যৱহাৰ কৰোঁতে সাঁচি ৰখাৰ আগতে সদায় আপোনাৰ সালসলনি পুনৰীক্ষণ কৰিবলৈ নাপাহৰিব।",
"visualeditor-preference-language-label": "ভিজুৱেলএডিটৰ ভাষা সঁজুলিসমূহ",
"visualeditor-preference-mwalienextension-description": "এক্সটেন্‌চন টেগ্‌সমূহ (যেনে গেলেৰী বা ছৰ্চ ক'ড ব্লক) সম্পাদনা কৰিবলৈ গাইগুটীয়াকৈ সঁজুলিবোৰ উপলব্ধ হোৱাৰ আগতেই ভিজুৱেল‌এডিটৰত পৰীক্ষামূলক প্ৰাথনিক সমৰ্থন যোগ কৰক। পৰীক্ষামূলক বৈশিষ্টসমূহ ব্যৱহাৰ কৰোঁতে সাঁচি ৰখাৰ আগতে সদায় আপোনাৰ সালসলনি পুনৰীক্ষণ কৰিবলৈ নাপাহৰিব।",
"visualeditor-preference-mwalienextension-label": "ভিজুৱেলএডিটৰ এক্সটেন্‌চন টেগ্‌ সম্পাদনা",
"visualeditor-preference-mwhiero-description": "সাধাৰণ মুক্তিৰ আগতে পৰীক্ষাৰ বাবে চিত্ৰলিপি সৃষ্টি আৰু সম্পাদনা কৰিবলৈ ভিজুৱেল‌এডিটৰত পৰীক্ষামূলক সমৰ্থন যোগ কৰক। পৰীক্ষামূলক বৈশিষ্টসমূহ ব্যৱহাৰ কৰোঁতে সাঁচি ৰখাৰ আগতে সদায় আপোনাৰ সালসলনি পুনৰীক্ষণ কৰিবলৈ নাপাহৰিব।",
"visualeditor-preference-mwhiero-label": "ভিজুৱেলএডিটৰ চিত্ৰলিপি সম্পাদনা",
"visualeditor-preference-mwmath-description": "সাধাৰণ মুক্তিৰ আগতে পৰীক্ষাৰ বাবে গাণিতিক সূত্ৰ সৃষ্টি আৰু সম্পাদনা কৰিবলৈ ভিজুৱেল‌এডিটৰত পৰীক্ষামূলক সমৰ্থন যোগ কৰক। পৰীক্ষামূলক বৈশিষ্টসমূহ ব্যৱহাৰ কৰোঁতে সাঁচি ৰখাৰ আগতে সদায় আপোনাৰ সালসলনি পুনৰীক্ষণ কৰিবলৈ নাপাহৰিব।",
"visualeditor-preference-mwmath-label": "ভিজুৱেলএডিটৰ সূত্ৰ সম্পাদনা",
"visualeditor-reference-input-placeholder": "আপুনি কি তথ্যসূত্ৰ দিবলৈ বিচাৰিছে?",
"visualeditor-referencelist-isempty": "এই তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ এইটো পৃষ্ঠাত \"$1\" গোটৰ কোনো তথ্যসূত্ৰ নাই।",
"visualeditor-referencelist-isempty-default": "এই তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ এইটো পৃষ্ঠাত কোনো তথ্যসূত্ৰ নাই।",
"visualeditor-referencelist-missingref": "এই তথ্যসূত্ৰটো এটা সাঁচ বা আন উৎপন্ন ব্লক হিচাপে সংজ্ঞায়িত কৰা হৈছে আৰু ইয়াক কেৱল উৎস ৰূপতহে সম্পাদনা কৰিব পাৰি।",
"visualeditor-savedialog-error-badtoken": "ছেচনৰ ম্যাদ শেষ হোৱা বাবে আমি আপোনাৰ সম্পাদনাটো সংসাধন কৰিব নোৱাৰিলোঁ।",
"visualeditor-savedialog-identify-anon": "আপুনি অজ্ঞাত ব্যৱহাৰকাৰীৰূপে এই পৃষ্ঠাটো সাঁচি ৰাখিব বিচাৰিছে নেকি? এই পৃষ্ঠাৰ সম্পাদনা ইতিহাসত আপোনাৰ আই পি ঠিকনা সংৰক্ষিত কৰা হ'ব।",
"visualeditor-savedialog-identify-user": "আপুনি এতিয়া [[User:$1|$1]] ৰূপে প্ৰৱেশ কৰিছে। সম্পাদনাটো সাঁচিলে ইয়াক এই একাউণ্টৰ সৈতে যুক্ত কৰা হ'ব।",
"visualeditor-savedialog-label-create": "পৃষ্ঠা সৃষ্টি কৰক",
"visualeditor-savedialog-label-error": "ত্ৰুটি",
"visualeditor-savedialog-label-report": "সমস্যা জনাওক",
"visualeditor-savedialog-label-resolve-conflict": "দ্বন্দ্ব সমাধান কৰক",
"visualeditor-savedialog-label-restore": "পৃষ্ঠা পুনৰ্স্থাপন কৰক",
"visualeditor-savedialog-label-review": "আপুনি কৰা সালসলনি পুনৰীক্ষণ কৰক",
"visualeditor-savedialog-label-review-good": "সংৰক্ষণ প্ৰপত্ৰলৈ ঘূৰি যাওক",
"visualeditor-savedialog-label-save": "পৃষ্ঠা সাঁচক",
"visualeditor-savedialog-label-warning": "সতৰ্কবাণী",
"visualeditor-savedialog-title-conflict": "দ্বন্দ্ব",
"visualeditor-savedialog-title-nochanges": "পুনৰীক্ষণৰ বাবে কোনো সালসলনি নাই",
"visualeditor-savedialog-title-review": "আপুনি কৰা সালসলনি পুনৰীক্ষণ কৰক",
"visualeditor-savedialog-title-save": "আপুনি কৰা সালসলনি সাঁচি থওক",
"visualeditor-savedialog-warning-dirty": "আপোনাৰ সম্পাদনাৰ হয়তো ক্ষতি হৈছে অনুগ্ৰহ কৰা সাঁচি থোৱাৰ আগতে পুনৰীক্ষণ কৰক।",
"visualeditor-saveerror": "ছাৰ্ভাৰত তথ্য সাঁচি থওঁতে ত্ৰুটি হৈছে: $1।",
"visualeditor-serializeerror": "ছাৰ্ভাৰৰ পৰা তথ্য ল'ড হওঁতে ত্ৰুটি হৈছে: $1।",
"visualeditor-toolbar-cancel": "বাতিল কৰক",
"visualeditor-toolbar-savedialog": "পৃষ্ঠা সাঁচক",
"visualeditor-usernamespacepagelink": "Project:সদস্য নামস্থান",
"visualeditor-viewpage-savewarning": "সাঁচি নৰখাকৈ প্ৰদৰ্শন অৱস্থালৈ ঘূৰি যাব বুলি আপুনি নিশ্চিতনে?",
"visualeditor-wikitext-warning": "আপুনি ভিজুৱেল‌এডিটৰ ব্যৱহাৰ কৰি আছে - [[{{MediaWiki:visualeditor-wikitext-warning-link}}|ৱিকিপাঠ্য]]ই ইয়াত কাম নকৰে। ৱিকিপাঠ্য ৰূপত এই পৃষ্ঠাটো সম্পাদনা কৰিবলৈ \"{{int:visualeditor-ca-editsource}}\" ক্লিক কৰক সাঁচি নৰখা সালসলনি হেৰাই যাব।",
"visualeditor-wikitext-warning-link": "Help:ৱিকি মাৰ্কাআপ",
"visualeditor-wikitext-warning-title": "ৱিকিপাঠ্য মাৰ্কআপ চিনাক্ত কৰা হৈছে"
}