mediawiki-extensions-Popups/i18n/as.json
Translation updater bot 65d5156e75 Localisation updates from https://translatewiki.net.
Change-Id: Ia0da83b099485cbf565a9ce1bf10715ac5af505a
2023-11-27 08:33:04 +01:00

40 lines
7.2 KiB
JSON

{
"@metadata": {
"authors": [
"Simbu123"
]
},
"popups-message": "প্ৰাকদৰ্শন",
"popups-desc": "যেতিয়া কোনো সংযোগৰ ওপৰত মাউচ নিয়া যায় তেতিয়া পৃষ্ঠাখনৰ বিষয়বস্তুৰ প্ৰাকদৰ্শনৰ প্ৰদৰ্শন কৰা হয়",
"popups-settings-title": "প্ৰাকদৰ্শন",
"popups-settings-option-page": "পৃষ্ঠাৰ প্ৰাকদৰ্শন",
"popups-settings-option-page-description": "এখন পৃষ্ঠা পঢ়ি থকাৰ সময়ত কোনো বিষয়ৰ দ্ৰুত প্ৰাকদৰ্শন লাভ কৰক।",
"popups-settings-option-reference": "উদ্ধৃতিৰ প্ৰাকদৰ্শন",
"popups-settings-option-reference-description": "এখন পৃষ্ঠা পঢ়ি থকাৰ সময়ত কোনো তথ্যসূত্ৰৰ দ্ৰুত প্ৰাকদৰ্শন লাভ কৰক।",
"popups-settings-save": "সাঁচি থওক",
"popups-settings-help-ok": "কৰা হ’ল",
"popups-settings-cancel": "বাতিল কৰক",
"popups-settings-help": "আপুনি পৃষ্ঠাৰ ফুটাৰত থকা এটা লিংক ব্যৱহাৰ কৰি প্ৰাকদৰ্শনসমূহ পুনৰ সক্ষম কৰিব পাৰে।",
"popups-settings-enable": "প্ৰাকদৰ্শন ছেটিংসমূহ সম্পাদনা কৰক",
"popups-settings-icon-gear-title": "পৃষ্ঠাৰ প্ৰাকদৰ্শন ছেটিংসমূহ সলনি কৰক",
"popups-preview-no-preview": "এই প্ৰাকদৰ্শন প্ৰদৰ্শন কৰাত কিবা সমস্যা হৈছে",
"popups-preview-footer-read": "এই পৃষ্ঠালৈ যাওক",
"popups-preview-disambiguation": "এই শিৰোনামটো একাধিক পৃষ্ঠাৰ সৈতে জড়িত",
"popups-preview-disambiguation-link": "অনুৰূপ পৃষ্ঠাসমূহ চাওক",
"prefs-reading": "পঠন পছন্দসমূহ",
"popups-prefs-optin": "পৃষ্ঠাৰ পূৰ্বলোকন সক্ষম কৰক (পৃষ্ঠা এটা পঢ়ি থাকোঁতে বিষয় এটাৰ দ্ৰুত পূৰ্বলোকন চাওক)",
"popups-prefs-disable-nav-gadgets-info": "পৃষ্ঠা প্ৰাকদৰ্শন সক্ষম কৰিবলে আপুনি প্ৰথমে আপোনাৰ গেজেটৰ পছন্দসমূহত [[$1|নেভিগেচন পপআপ গেজেট নিষ্ক্ৰিয় কৰিব]] লাগিব।",
"popups-prefs-conflicting-gadgets-info": "কিছুমান গেজেট আৰু অন্যান্য সাল-সলনিয়ে এই বৈশিষ্ট্যটোৰ প্ৰদৰ্শনত প্ৰভাৱিত কৰিব পাৰে। ব্যৱহাৰত যদি আপুনি কোনো সমস্যা পায়, অনুগ্ৰহ কৰি আপোনাৰ গেজেট আৰু সদস্য স্ক্ৰিপ্টবোৰ বা গোলকীয় স্ক্ৰিপ্টবোৰ সমীক্ষা কৰক।",
"popups-prefs-navpopups-gadget-conflict-info": "আপুনি [[$1|নেভিগেচন পপআপ]] গেজেট সক্ষম কৰি থৈছে, গতিকে আপুনি এই বৈশিষ্ট্যৰ দ্বাৰা প্ৰদান কৰা প্ৰাকদৰ্শনসমূহ দেখা নাপাব। আপোনাৰ ৱিকিৰ ওপৰত নিৰ্ভৰ কৰি গেজেটটোৰ নাম অলপ বেলেগ হ'ব পাৰে। যদি আপুনি সমস্যাৰ সন্মুখীন হৈছে, অনুগ্ৰহ কৰি গোলকীয়সমূহ অন্তৰ্ভুক্তসমূহকো ধৰি আপোনাৰ গেজেটসমূহ আৰু ব্যৱহাৰকাৰী স্ক্ৰিপ্টসমূহ পৰ্যালোচনা কৰক।",
"popups-prefs-reftooltips-gadget-conflict-info": "আপুনি [[$1|তথ্যসূত্ৰ টুলটিপ]] গেজেট সক্ষম কৰি থৈছে, গতিকে আপুনি এই বৈশিষ্ট্যৰ দ্বাৰা প্ৰদান কৰা তথ্যসূত্ৰ প্ৰাকদৰ্শনসমূহ দেখা নাপাব। আপোনাৰ ৱিকিৰ ওপৰত নিৰ্ভৰ কৰি গেজেটটোৰ নাম অলপ বেলেগ হ'ব পাৰে। যদি আপুনি সমস্যাৰ সন্মুখীন হৈছে, অনুগ্ৰহ কৰি গোলকীয়সমূহ অন্তৰ্ভুক্তসমূহকো ধৰি আপোনাৰ গেজেটসমূহ আৰু ব্যৱহাৰকাৰী স্ক্ৰিপ্টসমূহ পৰ্যালোচনা কৰক।",
"popups-prefs-reftooltips-and-navpopups-gadget-conflict-info": "আপুনি [[$1|নেভিগেচন পপআপ]] আৰু [[$1|তথ্যসূত্ৰ টুলটিপ]] গেজেট সক্ষম কৰি থৈছে, গতিকে আপুনি এই বৈশিষ্ট্যৰ দ্বাৰা প্ৰদান কৰা প্ৰাকদৰ্শনসমূহ দেখা নাপাব। আপোনাৰ ৱিকিৰ ওপৰত নিৰ্ভৰ কৰি গেজেটসমূহৰ নাম অলপ বেলেগ হ'ব পাৰে। যদি আপুনি সমস্যাৰ সন্মুখীন হৈছে, অনুগ্ৰহ কৰি গোলকীয়সমূহ অন্তৰ্ভুক্তসমূহকো ধৰি আপোনাৰ গেজেটসমূহ আৰু ব্যৱহাৰকাৰী স্ক্ৰিপ্টসমূহ পৰ্যালোচনা কৰক।",
"popups-refpreview-reference": "তথ্যসূত্ৰ",
"popups-refpreview-book": "কিতাপৰ তথ্যসূত্ৰ",
"popups-refpreview-journal": "জাৰ্নেলৰ তথ্যসূত্ৰ",
"popups-refpreview-news": "বাতৰিৰ তথ্যসূত্ৰ",
"popups-refpreview-note": "টোকা",
"popups-refpreview-web": "ৱেব তথ্যসূত্ৰ",
"popups-refpreview-collapsible-placeholder": "এই তথ্যসূত্ৰত এটি চিত্ৰ আছে যাক প্ৰাকদৰ্শনত প্ৰদৰ্শন কৰিব পৰা নাযায়।",
"popups-refpreview-user-preference-label": "তথ্যসূত্ৰৰ পূৰ্বলোকন সক্ষম কৰক (পৃষ্ঠা এটা পঢ়ি থাকোঁতে তথ্যসূত্ৰ এটাৰ দ্ৰুত পূৰ্বলোকন চাওক)"
}