Localisation updates from https://translatewiki.net.

Change-Id: I34895056962eb3c4ea9d7177743a667f7be6e3bd
This commit is contained in:
Translation updater bot 2021-06-28 09:22:59 +02:00
parent d71b3e51e7
commit f72a4bff37

View file

@ -4,6 +4,62 @@
"Simbu123"
]
},
"discussiontools": "আলোচনা সঁজুলি",
"discussiontools-defaultsummary-reply": "উত্তৰ",
"discussiontools-desc": "আলোচনা পৃষ্ঠা উন্নত কৰাৰ সঁজুলি।",
"discussiontools-error-comment-conflict": "আপোনাৰ মন্তব্য সংৰক্ষণ কৰিব পৰা নগ'ল, কিয়নো আন কোনোবাই আপোনাৰ সৈতে একে সময়তে মন্তব্য কৰিছে। অনুগ্ৰহ কৰি পুনৰ চেষ্টা কৰক বা শেহতীয়া মন্তব্যবোৰ চাবলৈ পৃষ্ঠাটো পুনৰ ল'ড কৰক।",
"discussiontools-error-comment-disappeared": "আপুনি পৃষ্ঠাটোত উত্তৰ দি থকা মন্তব্যটো বিচাৰি পোৱা নাই। ইয়াক বিলোপ কৰা হ'ব পাৰে বা আন এটা পৃষ্ঠালৈ স্থানান্তৰ কৰা হ'ব পাৰে। অনুগ্ৰহ কৰি পৃষ্ঠাটো পুনৰ ল'ড কৰক আৰু পুনৰ চেষ্টা কৰক।",
"discussiontools-error-comment-is-transcluded": "এই মন্তব্যৰ উত্তৰ দিবলৈ \"{{int:discussiontools-replylink}}\" লিংকটো ব্যৱহাৰ কৰিব নোৱাৰি। উত্তৰ দিবলৈ, অনুগ্ৰহ কৰি \"$1\" ক্লিক কৰি সম্পূৰ্ণ পৃষ্ঠা সম্পাদকটো ব্যৱহাৰ কৰক।",
"discussiontools-error-comment-is-transcluded-title": "এই মন্তব্যৰ উত্তৰ দিবলৈ \"{{int:discussiontools-replylink}}\" লিংকটো ব্যৱহাৰ কৰিব নোৱাৰি কিয়নো ইয়াক আন এটা পৃষ্ঠাৰ পৰা ল'ড কৰা হৈছে। উত্তৰ দিবলৈ, অনুগ্ৰহ কৰি ইয়ালৈ যাওক: [[$1]]।",
"discussiontools-error-comment-not-saved": "আপোনাৰ মন্তব্য পৃষ্ঠাৰ আটাইতকৈ শেহতীয়া সংস্কৰণত প্ৰকাশ কৰিব পৰা নগ'ল। শেহতীয়া সাল-সলনিবোৰ চাবলৈ, আপুনি লিখা মন্তব্য প্ৰতিলিপি কৰক আৰু তাৰ পাছত আপোনাৰ ব্ৰাউজাৰত পৃষ্ঠাটো পুনৰ ল'ড কৰক।",
"discussiontools-error-lint": "ৱিকিপাঠ্যত ত্ৰুটিৰ বাবে এই পৃষ্ঠাৰ মন্তব্যৰ উত্তৰ দিব নোৱাৰি। আপুনি এই ত্ৰুটিৰ বিষয়ে [$1 নথিপত্ৰ পঢ়ি] শিকিব পাৰে, [$2 ইয়াত প'ষ্ট কৰি] সহায় বিচাৰিব পাৰে বা [$3 সম্পূৰ্ণ পৃষ্ঠাৰ সম্পাদক খুলি] ত্ৰুটিটো ঠিক কৰিব পাৰে।",
"discussiontools-error-noswitchtove": "দুঃখিত, দৃশ্যমান ম'ডলৈ সলনি কৰাটো অক্ষম কৰা হৈছে কিয়নো আপুনি লিখা মন্তব্যত <b>$1</b> চিনাক্ত কৰা হৈছে। [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:DiscussionTools/Reply_tool_visual_mode_limitations অধিক শিকক]।",
"discussiontools-error-noswitchtove-title": "দৃশ্যমান ম'ড নিষ্ক্ৰিয়",
"discussiontools-newtopic-missing-title": "অনুগ্ৰহ কৰি আপোনাৰ আলোচনা বিষয়ৰ বাবে এটা শিৰোনাম প্ৰদান কৰক। যদি আপুনি \"{{int:discussiontools-replywidget-newtopic}}\"ত ক্লিক কৰে, আপোনাৰ বিষয়টো শিৰোনাম অবিহনেই যোগ কৰা হ'ব।",
"discussiontools-newtopic-placeholder-title": "শিৰোনাম",
"discussiontools-notification-subscribed-new-comment-header": "$1-এ \"<strong>$4</strong>\"ত {{GENDER:$2|উত্তৰ দিছে}}।",
"discussiontools-notification-subscribed-new-comment-header-bundled": "\"<strong>$3</strong>\"ত {{PLURAL:$1|এটা|$1টা|100=৯৯টা+}} নতুন উত্তৰ আহিছে।",
"discussiontools-notification-subscribed-new-comment-view": "মন্তব্য দেখুৱাওক",
"discussiontools-postedit-confirmation-published": "আপোনাৰ মন্তব্য প্ৰকাশিত হ'ল।",
"discussiontools-postedit-confirmation-topicadded": "আপোনাৰ বিষয় যোগ কৰা হ'ল।",
"discussiontools-preference-description": "পৰীক্ষামূলক আলোচনা পৃষ্ঠাৰ বৈশিষ্ট্যসমূহ সক্ষম কৰে:\n* এটা ক্লিকত আলোচনা পৃষ্ঠাৰ মন্তব্যৰ [https://www.mediawiki.org/wiki/Talk_pages_project/Replying উত্তৰ দিয়ক]।\n* ইনলাইন প্ৰ-পত্ৰ ব্যৱহাৰ কৰি [https://www.mediawiki.org/wiki/Talk_pages_project/New_discussion নতুন বিষয় যোগ কৰক]।\n* আপুনি গ্ৰাহকভুক্ত হোৱা অনুচ্ছেদবোৰত নতুন মন্তব্য যোগ কৰিলে [https://www.mediawiki.org/wiki/Talk_pages_project/Notifications জাননী লাভ কৰক]।\n\nআপুনি আপোনাৰ [[Special:Preferences#mw-prefsection-editing-discussion|পছন্দসমূহত]] এই সুবিধাবোৰ সলনি কৰিব পাৰে।\n\nনতুন আপডেটবোৰ [https://www.mediawiki.org/wiki/Talk_pages_project/Updates প্ৰকল্পৰ আপডেট পৃষ্ঠাৰ আলোচনা পৃষ্ঠাত] পোষ্ট কৰা হ'ব।\n\nবি.দ্ৰ.:\n* সময়ৰ সৈতে নতুন পৰীক্ষামূলক বৈশিষ্ট্য যোগ কৰা হ'ব।\n* ওপৰত উল্লিখিত কিছুমান বৈশিষ্ট্য এতিয়াও আপোনাৰ ৱিকিত উপলব্ধ নহ'ব পাৰে।",
"discussiontools-preference-label": "আলোচনা সঁজুলি"
"discussiontools-preference-label": "আলোচনা সঁজুলি",
"discussiontools-preference-newtopictool": "দ্ৰুত বিষয় যোগ সক্ৰিয় কৰক",
"discussiontools-preference-newtopictool-help": "ই আপোনাক নতুন বিষয় যোগ কৰাৰ বাবে এক ইনলাইন প্ৰ-পত্ৰ দেখুৱাব। আপুনি [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/Feature_summary বৈশিষ্ট্যৰ সাৰাংশ] পঢ়ি এই বৈশিষ্ট্যটোৰ বিষয়ে অধিক জানিব পাৰে।",
"discussiontools-preference-replytool": "দ্ৰুত উত্তৰ দিয়া সক্ৰিয় কৰক",
"discussiontools-preference-replytool-help": "ই আপোনাক এটা ক্লিকত আলোচনা পৃষ্ঠাৰ মন্তব্যৰ উত্তৰ দিবলৈ এটা লিংক দেখুৱাব। আপুনি [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/Feature_summary বৈশিষ্ট্যৰ সাৰাংশ] পঢ়ি এই বৈশিষ্ট্যটোৰ বিষয়ে অধিক জানিব পাৰে।",
"discussiontools-preference-sourcemodetoolbar": "দ্ৰুত উত্তৰ দিয়া আৰু দ্ৰুত বিষয় যোগ কৰা বৈশিষ্ট্যসমূহত উৎস ম'ড যোগ কৰা পৰীক্ষামূলক সঁজুলি সক্ৰিয় কৰক",
"discussiontools-replylink": "উত্তৰ দিয়ক",
"discussiontools-replywidget-abandon": "আপুনি লিখি থকা মন্তব্যটো আপুনি সঁচাই বৰ্জন কৰিব বিচাৰেনে?",
"discussiontools-replywidget-abandon-discard": "মন্তব্য বৰ্জন কৰক",
"discussiontools-replywidget-abandon-keep": "লিখা অব্যাহত ৰাখক",
"discussiontools-replywidget-abandontopic": "আপুনি লিখি থকা বিষয়টো সঁচাই বৰ্জন কৰিব বিচাৰেনে?",
"discussiontools-replywidget-abandontopic-discard": "বিষয় বৰ্জন কৰক",
"discussiontools-replywidget-abandontopic-keep": "লিখা অব্যাহত ৰাখক",
"discussiontools-replywidget-advanced": "উচ্চতৰ",
"discussiontools-replywidget-cancel": "বাতিল কৰক",
"discussiontools-replywidget-feedback": "এই বৈশিষ্ট্য সম্পৰ্কত আপোনাৰ মন্তব্য দিয়ক",
"discussiontools-replywidget-loading": "ল'ড হৈ আছে…",
"discussiontools-replywidget-mention-tool-header": "সদস্য সন্ধান কৰক: $1",
"discussiontools-replywidget-mention-tool-title": "এজন সদস্যক উল্লেখ কৰক",
"discussiontools-replywidget-mode-source": "উৎস",
"discussiontools-replywidget-mode-visual": "দৃশ্যমান",
"discussiontools-replywidget-newtopic": "বিষয় যোগ কৰক",
"discussiontools-replywidget-placeholder-newtopic": "বিৱৰণ",
"discussiontools-replywidget-placeholder-reply": "{{BIDI:$1}}ক উত্তৰ দিয়ক",
"discussiontools-replywidget-preview": "খচৰা চাওক",
"discussiontools-replywidget-reply": "উত্তৰ দিয়ক",
"discussiontools-replywidget-summary": "সাৰাংশ",
"tag-discussiontools-description": "আলোচনা সঁজুলি ব্যৱহাৰ কৰি কৰা সম্পাদনা",
"tag-discussiontools-edit": "মন্তব্য সম্পাদনা কৰক",
"tag-discussiontools-edit-description": "আলোচনা সঁজুলি ব্যৱহাৰ কৰি সদস্যই এটা বিদ্যমান মন্তব্য সম্পাদনা কৰিছে",
"tag-discussiontools-newtopic": "[{{int:discussiontools-replywidget-newtopic-link}} নতুন বিষয়]",
"tag-discussiontools-newtopic-description": "আলোচনা সঁজুলি ব্যৱহাৰ কৰি সদস্যই পৃষ্ঠাত এটা নতুন বিষয় যোগ কৰিছে",
"tag-discussiontools-reply": "[{{int:discussiontools-replywidget-reply-link}} উত্তৰ]",
"tag-discussiontools-reply-description": "আলোচনা সঁজুলি ব্যৱহাৰ কৰি সদস্যই এটা মন্তব্যৰ উত্তৰ দিছিল",
"tag-discussiontools-source": "উৎস",
"tag-discussiontools-source-description": "আলোচনা সঁজুলি উৎস ম'ডত আছিল",
"tag-discussiontools-source-enhanced-description": "টুলবাৰৰ সৈতে আলোচনা সঁজুলি উচ্চতৰ উৎস ম'ডত আছিল",
"tag-discussiontools-visual": "দৃশ্যমান",
"tag-discussiontools-visual-description": "আলোচনা সঁজুলি দৃশ্যমান ম'ডত আছিল"
}