"captchahelp-cookies-needed":"এই কামতো সম্পন্ন কৰিবলৈ, আপোনাৰ ব্ৰাউজাৰত কুকী সক্ৰীয় থাকিব লাগিব",
"captchahelp-text":"যিবোৰ ৱেবচাইটত জনতাই পাঠ্য ভৰাব পাৰে, যেনে এই ৱিকি, সেইবোৰক প্ৰায়ে দুষ্কৃতিকাৰী স্পেমাৰবোৰে স্বয়ংক্ৰীয় আহিলাৰ দ্বাৰা তেওলোকৰ চাইটলৈ সংযোগ ভৰাই আক্ৰমণ কৰে।\nযদিও তেনে স্পাম সংযোগ গুচাব পাৰি, পিছে এয়া এক ডাঙৰ উপদ্ৰৱ।\n\nসাধাৰণতে যেতিয়া কোনো পৃষ্ঠালৈ নতুন সংযোগ সৃষ্টি কৰা হয়, তেতিয়া ৱিকিয়ে এটা ৰঙীন বা বিকৃত চবি দেখুৱাই তাত থকা শব্দখিনি আপোনাক টাইপ কৰিবলৈ ক'ব পাৰে।\nযিহেতু এই কামতো স্বয়ংক্ৰিয়ভাৱে কৰা প্ৰায়ে অসম্ভব, ই বেছিভাগ প্ৰকৃত ব্যক্তিক পাঠ্য ভৰাব দিয়াৰ লগতে স্বয়ংক্ৰিয় আহিলাৰ দ্বাৰা পাঠ্য ভৰোৱা দুষ্কৃতিকাৰীসকলক ৰোধ কৰিব পাৰে।\n\nদুৰ্ভাগ্যক্ৰমে, সীমিত দৃষ্টিশক্তি থকা ব্যক্তিসকলে, বা পাঠ্য-আধাৰিত অথবা ধ্বনি-আধাৰিত ব্ৰাউজাৰ ব্যৱহাৰ কৰা ব্যক্তিসকলে ইয়াৰ পৰা অসুবিধা পাব পাৰে।\nএই সময়ত ইয়াৰ কোনো ধ্বনি-আধাৰিত বিকল্প আমাৰ হাতত নাই।\nইয়াৰ বাবে যদি আপুনি যুক্তিসন্মত পাঠ্য ভৰাবলৈ অসুবিধা পাইছে, তেনেহলে [[Special:ListAdmins|চাইট প্ৰশাসকৰ]] লগত যোগাযোগ কৰক।\n\nপৃষ্ঠা সম্পাদনালৈ ঘূৰি যাবলৈ আপোনাৰ ব্ৰাউজাৰৰ 'back' বুটামত টিপা মাৰক।",
"captcha-addurl-whitelist":" #<!-- leave this line exactly as it is --> <pre>\n# চিনটেক্স তলত দিয়া ধৰনে হ’ব:\n# * \"#\" কেৰেক্টাৰৰ পৰা আৰম্ভ হৈ লাইনৰ শেষ পৰ্যন্ত সকলোবোৰ এটাই মন্তব্য\n# * প্ৰতিটো খালী-নোহোৱা শাৰী একোটা ৰেজেক্স খণ্ডাংশ যিটো ইউ.আৰ.এল. সমূহৰ ভিতৰৰ হষ্টসমূহৰ লগত মিলি যাব।\n #</pre> <!-- leave this line exactly as it is -->",